Mock Test – Assam Special (Assamese)

1. 
কোনে অসমীয়াত সপ্তকান্দ ৰামায়ণ লিখিছিল?

2. 
ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?

3. 
ভূপেন হাজৰিকাক কোনে দিছিল সুধাকণ্ঠ উপাধি?

4. 
"চিৰ চেনেহী মোৰ ভাষা জননী" গীতটো লিখিছিল ________।

5. 
প্ৰথম অসমীয়া আলোচনী ‘অৰুণোদয়’ ________ বৰ্ষত প্ৰকাশ পাইছিল।

6. 
অসমৰ প্ৰথম অসমীয়া বাতৰি কাকত কোনখন আছিল?

7. 
ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিতৰ সময়ত বাৰ্মাৰ ৰাজধানী কি আছিল?

8. 
তিনিওটা পদ্ম বঁটা লাভ কৰা একমাত্ৰ অসমীয়া কোন?

9. 
নৰনাৰায়ণ সেতু ভাৰতৰ কোনটো ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত?

10. 
ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত প্ৰথমখন দলং কি?

11. 
জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?

12. 
কোন জনগোষ্ঠীয়ে চোমাংকান উৎসৱ পালন কৰে?

13. 
কোনখন অসমীয়া আলোচনীত অসমৰ ৰাজ্যিক গীত "ও মোৰ অপনাৰ দেশ" প্ৰথম প্ৰকাশ হৈছিল?

14. 
পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?

15. 
তলৰ কোনখন অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান?

16. 
শিৱ থাপা কোন খেলৰ লগত জড়িত?

17. 
কেতিয়া অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল?

18. 
তলৰ কোনজন ব্যক্তিক জনপ্ৰিয়ভাৱে ‘ভাষাৰ ওজা’ বুলি জনা যায়?

19. 
কোন কনকলতা বৰুৱা আন্দোলনত শ্বহীদ হৈছিল ?

20. 
গিবন বন্যপ্ৰাণী অভয়াৰণ্যত অৱস্থিত_________________I

21. 
কেতিয়া 'অসমীয়াক' অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে?

22. 
কেতিয়া অসমত চাহ আৱিষ্কাৰ হৈছিল?

23. 
________ ৰ দিনত ৰং ঘৰ নিৰ্মাণ কৰা হৈছিল।

24. 
অসম প্ৰকাশন পৰিষদ কেতিয়া প্ৰতিষ্ঠা হৈছিল?

25. 
বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল?

26. 
চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?

27. 
অসমৰ কোন জনগোষ্ঠীক লালুং নামেৰেও জনা যায়

28. 
APSC (অসম লোকসেৱা আয়োগ) কেতিয়া প্ৰতিষ্ঠা হৈছিল?

29. 
অলিম্পিকত অসমক প্ৰতিনিধিত্ব কৰা প্ৰথম অসমীয়া কোন?

30. 
অসম দিৱস প্ৰতি বছৰে কোন তাৰিখে পালন কৰা হয়?

Leave a Comment