Assam History

1. 
________ ৰ দিনত ৰং ঘৰ নিৰ্মাণ কৰা হৈছিল।

2. 
ঘিলাঝাৰিঘাট সন্ধিৰ সময়ত আহোমৰ ৰজা কোন আছিল?

3. 
জয়ন্তীয়া বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?

4. 
ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যাপক কোন আছিল?

5. 
চুতীয়া বংশ কেতিয়া প্ৰতিষ্ঠা হৈছিল?

6. 
অশ্বমেধ যজ্ঞ কৰা প্ৰথম বৰ্মন ৰজা কোন আছিল?

7. 
চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?

8. 
অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

9. 
মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজা কোন আছিল?

10. 
ঐতিহাসিক স্থান জেৰেংগা পথাৰ অসমৰ কোনখন জিলাত অৱস্থিত?

11. 
কামৰূপ আক্ৰমণ কৰা প্ৰথম মুছলমান ৰজা কোন আছিল?

12. 
আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল?

13. 
কেতিয়া ইটাখুলি যুদ্ধ হৈছিল?

14. 
বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?

15. 
অসমৰ কনিষ্ঠতম নাৰী শ্বহীদ কোন আছিল?

Leave a Comment