1.
ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ মুখ্য কাৰ্যালয় ক'ত?
2.
ছবিখনৰ তলত দিয়া নামটোৰ লগত মিল নোহোৱা চিনটো বিচাৰি উলিয়া।
3.
মটৰ গাড়ী আইন, ১৯৮৮ৰ ১৮৫ নং ধাৰা কোনবোৰ অপৰাধৰ সৈতে জড়িত?
4.
তলৰ কোনটো ভাৰতৰ পথ নিৰ্মাণ কোম্পানী নহয়?
5.
ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো?
6.
IRCৰ মতে ৰাজ্যিক ঘাইপথৰ প্ৰস্থ কিমান?
7.
ভাৰতৰ এক্সপ্ৰেছ হাইৱেত গতি সীমা কিমান?
8.
প্ৰথম অপৰাধৰ ক্ষেত্ৰত অসমত গাড়ী চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিলে জৰিমনা কিমান হয়?
9.
ট্ৰেফিক চিগনেলত ৰঙা বৃত্তই ___________ক প্ৰতিনিধিত্ব কৰে।
10.
অসমত কোনখন জিলাৰ RTO ক'ড AS05?
11.
ছবিখনৰ তলত দিয়া নামটোৰ লগত মিল নোহোৱা চিনটো বিচাৰি উলিয়া।
12.
প্ৰদূষণৰ প্ৰমাণ পত্ৰ কিমান দিনলৈ বৈধ?
13.
বাহনৰ বাবে প্ৰদূষণৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বাবে কোনটো কৰ্তৃপক্ষ দায়বদ্ধ?
14.
তলত দিয়া চিহ্নটোৱে প্ৰতিনিধিত্ব কৰে
15.
তলৰ কোনখন বাহন FASTag ৰ পৰা ৰেহাই পোৱা নাই?
16.
তথ্য দিয়া চিনসমূহক প্ৰতিনিধিত্ব কৰা হয় ______________।
17.
যদি কোনো বাহনৰ RTO ক’ড AS30 হয়, তেন্তে বাহনখন _________ৰ বাবে পঞ্জীয়ন কৰা ।
18.
প্ৰদত্ত চিহ্নটোৱে প্ৰতিনিধিত্ব কৰে
19.
বৰ্তমান ভাৰতৰ গড়কাপ্তানী আৰু পৰিবহণ মন্ত্ৰী কোন?
20.
পৰিবহণ বাহন চলাবলৈ নূন্যতম বয়স কিমান ?