1.
IRCৰ মতে ৰাজ্যিক ঘাইপথৰ প্ৰস্থ কিমান?
2.
বাহনৰ বাবে প্ৰদূষণৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বাবে কোনটো কৰ্তৃপক্ষ দায়বদ্ধ?
3.
অসমত কোনখন জিলাৰ RTO ক'ড AS05?
4.
ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ মুখ্য কাৰ্যালয় ক'ত?
5.
তথ্য দিয়া চিনসমূহক প্ৰতিনিধিত্ব কৰা হয় ______________।
6.
তলৰ কোনখন বাহন FASTag ৰ পৰা ৰেহাই পোৱা নাই?
7.
তলত দিয়া চিহ্নটোৱে প্ৰতিনিধিত্ব কৰে
8.
প্ৰদত্ত চিহ্নটোৱে প্ৰতিনিধিত্ব কৰে
9.
পৰিবহণ বাহন চলাবলৈ নূন্যতম বয়স কিমান ?
10.
প্ৰথম অপৰাধৰ ক্ষেত্ৰত অসমত গাড়ী চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিলে জৰিমনা কিমান হয়?
11.
মটৰ গাড়ী আইন, ১৯৮৮ৰ ১৮৫ নং ধাৰা কোনবোৰ অপৰাধৰ সৈতে জড়িত?
12.
ট্ৰেফিক চিগনেলত ৰঙা বৃত্তই ___________ক প্ৰতিনিধিত্ব কৰে।
13.
প্ৰদূষণৰ প্ৰমাণ পত্ৰ কিমান দিনলৈ বৈধ?
14.
বৰ্তমান ভাৰতৰ গড়কাপ্তানী আৰু পৰিবহণ মন্ত্ৰী কোন?
15.
ভাৰতৰ এক্সপ্ৰেছ হাইৱেত গতি সীমা কিমান?
16.
ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো?
17.
ছবিখনৰ তলত দিয়া নামটোৰ লগত মিল নোহোৱা চিনটো বিচাৰি উলিয়া।
18.
তলৰ কোনটো ভাৰতৰ পথ নিৰ্মাণ কোম্পানী নহয়?
19.
ছবিখনৰ তলত দিয়া নামটোৰ লগত মিল নোহোৱা চিনটো বিচাৰি উলিয়া।
20.
যদি কোনো বাহনৰ RTO ক’ড AS30 হয়, তেন্তে বাহনখন _________ৰ বাবে পঞ্জীয়ন কৰা ।