1.
শৰাইঘাটৰ বিখ্যাত যুদ্ধখন কোন বছৰত আহোম আৰু মোগলৰ মাজত হৈছিল?
2.
অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
3.
অসমৰ প্ৰথম মুখ্য আয়ুক্ত (Chief Commissioner) কোন আছিল?
4.
কেতিয়া সুকাফাই আহোম বংশ প্ৰতিষ্ঠা কৰিছিল ?
5.
মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজা কোন আছিল?
7.
কোন আহোম ৰজা জনপ্রিয়ভাৱে ভোগনিয়া ৰাজা নামেৰে পৰিচিত আছিল?
8.
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া কোন?
9.
ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যাপক কোন আছিল?
10.
সতী সাধনী কোন বংশৰ ৰাজ কন্যা আছিল?
11.
অসমৰ কনিষ্ঠতম নাৰী শ্বহীদ কোন আছিল?
12.
পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?
13.
ৰুদ্ৰ সিংহৰ দিনত আহোম ৰাজ্যৰ ৰাজধানী কি আছিল?
14.
অসম আন্দোলন মূলতঃ কোনটো সংগঠনৰ নেতৃত্বত আছিল?
15.
কেতিয়া ইটাখুলি যুদ্ধ হৈছিল?
16.
ইটাখুলিৰ যুদ্ধ আহোম আৰু কোন সাম্ৰাজ্যৰ মাজত হৈছিল?
17.
কোন চনত অসম ব্ৰিটিছ ভাৰতৰ অংগ হৈ পৰিল?
18.
কামৰূপ আক্ৰমণ কৰা প্ৰথম মুছলমান ৰজা কোন আছিল?
19.
২০ শতিকাত অসমীয়া ভাষা আন্দোলন গঠনত কোনজন অসমীয়া নেতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল?
20.
আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল?
21.
বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল?
22.
বর্মন বংশৰ প্রথম ৰজা কোন আছিল যিয়ে অশ্বমেধ যজ্ঞ কৰিছিল?
23.
ঐতিহাসিক স্থান জেৰেংগা পথাৰ অসমৰ কোনখন জিলাত অৱস্থিত?
24.
চুতীয়া বংশ কেতিয়া প্ৰতিষ্ঠা হৈছিল?
25.
গহপুৰ থানাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি থকা অৱস্থাত কাক গুলীয়াই হত্যা কৰা হৈছিল?
Very helpful..this mock test .. thankyou
Thankyou you have given this mock test peper